অসম বুৰঞ্জী কুইজ / বুৰঞ্জী কুইজ / ভাগ-১

   প্ৰত্যেক দেশৰ দৰে আমাৰ দেশ ভাৰততো প্ৰত্যেক বছৰে বহু চৰকাৰী চাকৰি ওলাই থাকে। যেনে-আৰ্মি, পুলিচ, বেংক, ৰে'লৱে আদিত। এই বিভিন্ন ক্ষেত্ৰত চাকৰীৰ বাবে হাজাৰ হাজাৰ লৰা-ছোৱালীয়ে আবেদন কৰে। তাৰ বাবে অশেষ প্ৰস্তুুতি চলাই। তাৰ ভিতৰত কিছু প্ৰাৰ্থীহে সফল হয় আৰু কিছু প্ৰাৰ্থী বাৰে বাৰে বিফল হৈ আশা ভাঙি যায় চাকৰিৰ প্ৰতি। বিফল হোৱাৰ কাৰণ চাবলৈ গ'লে দুটাই কাৰণ  দেখা পোৱা যায় হয়তো তেওঁ কষ্ট কৰিব নুখুজে অথবা তেওঁৰ জ্ঞান সীমিত/সামান্য।                                                             

   কিছু লোকে বিশ্বাসও কৰি লোৱা দেখা যায় যে চৰকাৰী চাকৰি সকলোৰে ভাগ্যত নাথাকে। কিন্তুু এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। সেয়েহে কোনো এটা পৰীক্ষা দিয়াৰ আগত যদি আপুনি পদটোৰ কাৰণে কি কৰিব লাগিব কেনেকুৱা প্ৰশ্ন আহিব আটাইবোৰ কথাৰ ওপৰত গুৰুত্ত্ব দি আগবাঢ়ে তেনেহ'লে নিশ্চয় সফল হ'ব পাৰিব। যিকোনো চৰকাৰী পৰীক্ষাৰ বাবে আপুনি এটা বিষয়ত বেছিকৈ গুৰুত্ব দিয়া উচিত সেইটো হ'ল সেই পৰীক্ষাত আহিব লগীয়া প্ৰশ্নত্তোৰ সমূহ।                                                 

   সেয়ে সকলো আবেদন প্ৰাৰ্থীক আগত ৰাখি আমি আপোনালোকৰ সুবিধাৰ বাবে কিছুমান জানিবলগীয়া অসম বুৰঞ্জীৰ প্ৰশ্নৰ উত্তৰ সমূহ ১৫ টা কৈ ভাগ ভাগ কৰি এই ৱেৱছাইটোৰ জৰিয়তে জনাব বিছাৰিছোঁ। যিটো পঢ়ি আপুনি কিছু পৰিমাণে হলেও সুবিধা তথা উপকৃত হ'ব পাৰিব। আমাৰ এই প্ৰশ্নত্তোৰ সমূহ যিমান পাৰে শ্বেয়াৰ কৰক, যাতে অইন লোক সকলেও এই প্ৰশ্নত্তোৰ সমূহৰ দ্বাৰা উপকৃত হয়। 



Assam History Quiz in Assamese language / History Quiz in Assam


১. বৰ্মন বংশৰ প্ৰতিষ্ঠাক কোন আছিল?


ক) নৰনাৰায়ন


খ) ভাস্কৰ বৰ্মন


গ) বল বৰ্মন


ঘ) পুৰষ্য বৰ্মন


উত্তৰ:- ঘ) পুৰষ্য বৰ্মন।


২. দেশৰ বাবে প্ৰাণ দিয়া প্ৰথম অসমীয়া ব্যক্তি জনৰ নাম কি?


ক) মণিৰাম দেৱান


খ) কনকলতা


গ) পিয়লী ফুকন


ঘ) গোমধৰ কোঁৱৰ


উত্তৰ:- গ) পিয়লী ফুকন।


৩. প্ৰথমবাৰৰ বাবে মুছলমানে অসম আক্ৰমণ কেতিয়া কৰিছিল?


ক) ১২০০ খ্ৰীষ্টাব্দত


খ) ১২০৬ খ্ৰীষ্টাব্দত


গ) ১২২৬ খ্ৰীষ্টাব্দত


ঘ) ১২৪০ খ্ৰীষ্টাব্দত


উত্তৰ:- খ) ১২০৬ খ্ৰীষ্টাব্দত।


৪. শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল?


ক) ১৪৩৫ খ্ৰীষ্টাব্দত


খ) ১৪৪২ খ্ৰীষ্টাব্দত


গ) ১৪৪৯ খ্ৰীষ্টাব্দত


ঘ) ১৪৫৬ খ্ৰীষ্টাব্দত


উত্তৰ:- গ) ১৪৪৯ খ্ৰীষ্টাব্দত।


৫. শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?


ক) ১৬৫৭ খ্ৰীষ্টাব্দত


খ) ১৬৬২ খ্ৰীষ্টাব্দত


গ) ১৬৭১ খ্ৰীষ্টাব্দত


ঘ) ১৬৭৫ খ্ৰীষ্টাব্দত


উত্তৰ:- গ) ১৬৭১ খ্ৰীষ্টাব্দত।


৬. মান সকলে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল?


ক) ১৮০৮ খ্ৰীষ্টাব্দত


খ) ১৮১০ খ্ৰীষ্টাব্দত


গ) ১৮১২ খ্ৰীষ্টাব্দত


ঘ) ১৮১৫ খ্ৰীষ্টাব্দত


উত্তৰ:- ঘ) ১৮১৫ খ্ৰীষ্টাব্দত।


৭. প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ বুলি কোনখন চহৰক কোৱা হয়?


ক) তিনিচুকীয়া


খ) শিৱসাগৰ


গ) যোৰহাট


ঘ) তেজপুৰ


উত্তৰ:- খ) শিৱসাগৰ।


৮. আহোম সকলৰ প্ৰথম ৰজাজনৰ নাম কি?


ক) ৰুদ্ৰ সিংহ


খ) চুকাফা


গ) শিৱ সিংহ


ঘ) প্ৰমত্ত সিংহ


উত্তৰ:- খ) চুকাফা।


৯. কোচ ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল?


ক) বিশ্ব সিংহ


খ) নৰনাৰায়ণ


গ) নীলধ্বজ 


ঘ) চুকাফা


উত্তৰ:- খ) নৰনাৰায়ণ।


১০. পৰীক্ষিত নাৰায়ণ কাৰ পুত্ৰ আছিল?


ক) বিশ্ব সিংহ


খ) নৰনাৰায়ণ


গ) ৰঘুদেৱ


ঘ) চুকাফা


উত্তৰ:- গ) ৰঘুদেৱ।


১১. কছাৰী সকলৰ প্ৰথম ৰাজধানী ক'ত আছিল?


ক) চৰাইদেউ


খ) শদিয়া


গ) ডিমাপুৰ


ঘ) কামৰূপ


উত্তৰ:- গ) ডিমাপুৰ।


১২. হিউৱেন চাঙে অসম ভ্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?


ক) কল্যাণ বৰ্মন


খ) ভাস্কৰ বৰ্মন


গ) নৰনাৰায়ণ


ঘ) বিশ্ব সিংহ


উত্তৰ:- খ) ভাস্কৰ বৰ্মন।


১৩. হৰ্ষচৰিত কোনে ৰচনা কৰিছিল?


ক) কালি দাস


খ) বাণভট্ট

   

গ) কৌটিল্য


ঘ) শিলাদিত্য


উত্তৰ:- খ) বাণভট্ট।


১৪. আহোম সকলৰ শেষ ৰজা জনৰ নাম কি আছিল?


ক) শিৱ সিংহ


খ) ৰুদ্ৰ সিংহ


গ) জয়ধ্বজ সিংহ


ঘ) পুৰন্দৰ সিংহ


উত্তৰ:- ঘ) পুৰন্দৰ সিংহ।


১৫. অসমৰ লৈ মান সকলক কোনে আনিছিল?


ক) প্ৰমত্ত সিংহই


খ) গদাধৰ সিংহই


গ) লাচিত বৰফুকনে


ঘ) বদন বৰফুকনে


উত্তৰ:- ঘ) বদন বৰফুকনে। 


১৬. মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল?


ক) শুক্লধ্বজ


খ) দুৰ্লভ 


গ) মল্লদেৱ


ঘ) ভট্টদেৱ


উত্তৰ:- গ) মল্লদেৱ।


১৭. ভাগৱত খন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল?


ক) শ্ৰীমন্ত শংকৰদেৱ


ক) শ্ৰীমন্ত মাধৱদেৱ


গ) মাধৱ কন্দলি


ঘ) অনন্ত কন্দলি


উত্তৰ:- ঘ) অনন্ত কন্দলি।


১৮. কছাৰী সকল কোন জনগোষ্ঠীৰ লোক আছিল?


ক) কছাৰী


খ) বড়ো


গ) মংগোলীয়


ঘ) আহোম


উত্তৰ:- গ) মংগোলীয়।


১৯. চুতীয়া সকলৰ ৰাজধানী ক'ত আছিল?


ক) চৰাইদেউ


খ) ধুবৰী


গ) শদিয়া


ঘ) শিৱসাগৰ


উত্তৰ:- গ) শদিয়া।


২০. নৱ বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল?


ক) গণেশ


খ) শিৱ


গ) কৃষ্ণ


ঘ) বিশ্ব কৰ্মা


উত্তৰ:- গ) কৃষ্ণ।


২১. সিন্ধু সভ্যতাৰ স্ৰষ্টা কোন আছিল?


ক) আহোম সকল


খ) আৰ্য সকল


গ) দ্ৰাবিড়িয়ান সকল


ঘ) চুমেৰিয়া সকল


উত্তৰ:- খ) আৰ্য সকল।


২২. বৈদৰ গড় কোনে নিৰ্মাণ কৰাইছিল?


ক) ত্যিংগ দেৱ


খ) বল্লভ দেৱ


গ) বৈদ্য দেৱ


ঘ) প্ৰতাপ সিংহ


উত্তৰ:- গ) বৈদ্য দে‍ৱ


২৩. মহাবীৰৰ আন এটা নাম কি?


ক) জিন


খ) কেভলিন


গ) তথাগত


ঘ) শুক্লধ্বজ


উত্তৰ:- খ) কেভলিন।


২৪. আহোমৰ শেষ ৰজা জনৰ নাম কি?


ক) ৰুদ্ৰ সিংহ


খ) প্ৰতাপ সিংহ


গ) প্ৰমত্ত সিংহ


ঘ) পুৰন্দৰ সিংহ


উত্তৰ:- ঘ) পুৰন্দৰ সিংহ।


২৫. কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?


ক) স্বৰ্গদেউ ৰুদ্ৰ সিংহ


খ) স্বৰ্গদেউ গদাধৰ সিংহ


গ) স্বৰ্গদেউ লক্ষ্মী সিংহ


ঘ) স্বৰ্গদেউ চক্ৰধ্বজ সিংহ


উত্তৰ:- গ) স্বৰ্গদেউ লক্ষ্মী সিংহ।


২৬. কাৰেং ঘৰ কোনে সজাইছিল?


ক) স্বৰ্গদেউ প্ৰতাপ সিংহ


খ) স্বৰ্গদেউ গদাধৰ সিংহ


গ) স্বৰ্গদেউ ৰুদ্ৰ সিংহ


ঘ) স্বৰ্গদেউ প্ৰমত্ত সিংহ


উত্তৰ:- ঘ) স্বৰ্গদেউ প্ৰমত্ত সিংহ।


২৭. হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা জনৰ নাম কি আছিল?


ক) চুকাফা


খ) চুহুংমুং


গ) চুলিকফা 


ঘ) ওপৰৰ এটাও শুদ্ধ নহয়


উত্তৰ:- খ) চুহুংমুং।


২৮. নামদাংৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰাইছিল?


ক) স্বৰ্গদেউ প্ৰমত্ত সিংহই


খ) স্বৰ্গদেউ গদাধৰ সিংহই


গ) স্বৰ্গদেউ ৰুদ্ৰ সিংহই


ঘ) স্বৰ্গদেউ শিৱ সিংহই


উত্তৰ:- গ) স্বৰ্গদেউ ৰুদ্ৰ সিংহই।


২৯. অসম বুৰঞ্জীত ল'ৰা ৰজা বুলি কাক জনা যায়?


ক) চুহুংমুং


খ) ৰত্নধ্বজ সিংহ


গ) গদাধৰ সিংহ


ঘ) চুকাফা


উত্তৰ:- খ) ৰত্নধ্বজ সিংহ।


৩০. শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?


ক) পাল বংশ আৰু চুতীয়া বংশৰ মাজত


খ) কোচ আৰু আহোম সকলৰ মাজত


গ) আহোম আৰু মোগল সকলৰ মাজত


ঘ) মান আৰু আহোম সকলৰ মাজত


উত্তৰ:- গ) আহোম আৰু মোগল সকলৰ মাজত।



To Join Our Telegram Group - Click Here

Post a Comment

Previous Post Next Post