কাক কি বুলি জনা যায় /  কাক কি বুলি কোৱা হয় / কাক কি নামেৰে জনা যায় /  Every Assamese should know / জানোঁ আহঁক 



  • ১) লোকমান্য  :- বালগঙ্গাধৰ তিলক
  • ২) দেশবন্ধু  :- চিত্তৰঞ্জন দাস
  • ৩) পণ্ডিত জী, চাচা  :- জৱাহৰলাল নেহৰু
  • ৪) লোকনায়ক  :- জয় প্ৰকাশ নাৰায়ন
  • ৫) সীমান্ত গান্ধী  :- খান আব্দুল গফৰ খান
  • ৬) পঞ্জাৱ কেশৰী  :- লালা লাজপত ৰায়
  • ৭) গুৰু দেৱ  :- কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
  • ৮)  বাপু, মহাত্মা  :- মোহনদাস কৰমচাঁদ গান্ধী
  • ৯) নাইটিঙ্গেল, লেডী অব দ্যা লেম্প  :- সৰোজনী নাইডু
  • ১০) নেতাজী  :- সুভাষ চন্দ্ৰ বসু
  • ১১) লৌহ মানৱ  :- মদন মোহন মালব্য
  • ১২) ৰাজাজী  :- চক্ৰৱত্তী ৰাজা গোপালাচাৰী
  • ১৩) লোকপ্ৰিয়  :- গোপীনাথ বৰদলৈ
  • ১৪) দেশভক্ত  :- তৰুণৰাম ফুকন
  • ১৫) ৰসৰাজ, সাহিত্যৰথী  :- লক্ষ্মীনাথ বেজবৰুৱা
  • ১৬) কৰ্মবীৰ  :- নবীন চন্দ্ৰ বৰদলৈ
  • ১৭) কলাগুৰু  :- বিষ্ণু প্ৰসাদ ৰাভা
  • ১৮) ৰূপকোঁ‍ৱৰ  :- জ্যোতিপ্ৰসাদ আগৰৱালা
  • ১৯) অসম কেশৰী  :- অম্বিকাগিৰি ৰায়চৌধুৰী
  • ২০) বিহগী কবি  :- ৰঘুনাথ চৌধাৰী
  • ২১) উপন্যাস সম্ৰাট  :- ৰজনীকান্ত বৰদলৈ
  • ২২) নটসূৰ্য্য  :- ফণী শৰ্মা 
  • ২৩) বাগ্মীবৰ  :- নীলমণি ফুকন
  • ২৪) ভাঙনি কোঁৱৰ  :- আনন্দ চন্দ্ৰ আগৰৱালা
  • ২৫) বিপ্লৱী কবি, বিদ্ৰোহী কবি  :- প্ৰসন্নলাল চৌধুৰী 
  • ২৬) অগ্নি কবি  :- কমলাকান্ত ভট্টাচাৰ্য 
  • ২৭) অসম গৌৰৱ  :- হেম বৰুৱা 
  • ২৮) কথা শিল্পী  :- আব্দুল মালিক
  • ২৯) নাট্য প্ৰভাকৰ  :- সত্যপ্ৰসাদ বৰুৱা
  • ৩০) সিংহ পুৰুস  :- ৰাধা গোবিন্দ বৰুৱা
  • ৩১) নিজৰাৰ কবি  :- শৈলধৰ ৰাজখোঁৱা
  • ৩২) জ্ঞান মালিনীৰ কবি  :- মফিজুদ্দিন আহমদ        হাজৰিকা
  • ৩৩) ফুলনিৰ কবি  :- পদ্মনাথ চলিহা
  • ৩৪) লৌহ মানৱ  :- বিষ্ণুৰাম মেধি
  • ৩৫) ৰসাল কবি  :- দণ্ডিনাথ কলিতা
  • ৩৬) বনফুলৰ কবি  :- যতীন্দ্ৰ নাথ দুৱৰা
  • ৩৭) সংগীতচাৰ্য  :- লক্ষ্মীৰাম বৰুৱা
  • ৩৮) খৰিকা জাঁইৰ কবি  :- ভবানন্দ ৰাজখোঁৱা
  • ৩৯) অভিনয়চাৰ্য  :- ব্ৰজনাথ শৰ্মা
  • ৪০) কবিতা কোঁৱৰ  :- অম্বেশ্বৰ চেতিয়া ফুকন
  • ৪১) ত্যাগবীৰ  :- হেমচন্দ্ৰ বৰুৱা
  • ৪২) পাপৰিৰ কবি  :- গণেশ চন্দ্ৰ গগৈ
  • ৪৩) গীত কবি  :- পাৰ্ৱতি প্ৰসাদ বৰুৱা
  • ৪৪) ধ্বনি কবি  :- বিনন্দ্ৰ চন্দ্ৰ বৰুৱা
  • ৪৫) প্ৰতিমাৰ খনিকৰ  :- চন্দ্ৰকুমাৰ আগৰৱালা
  • ৪৬) লোক নায়ক  :- অমিয় কুমাৰ দাস
  • ৪৭) বীৰবালা  :- কনকলতা
  • ৪৮) শোণিত কোঁৱৰ  :- গজেন বৰুৱা
  • ৪৯) দেশপ্ৰাণ  :- লক্ষ্মীধৰ শৰ্মা 
  • ৫০) জননায়ক  :- দেৱেশ্বৰ শৰ্মা
  • ৫১) পথাৰৰ কবি  :- ৰাম গগৈ
  • ৫২) বকুল বনৰ কবি  :- আনন্দ্ৰ চন্দ্ৰ বৰুৱা
  • ৫৩) শেৱালি কবি  :- ৰত্নকান্ত বৰকাকতী
  • ৫৪) বনকোঁৱৰ  :- আনন্দিৰাম দাস
  • ৫৫) সৰস্বতী  :- নিৰ্মলপ্ৰভা বৰদলৈ
  • ৫৬) ক্ৰিকেটৰ ভগৱান  :- শচীন ৰমেশ তেণ্ডুলকাৰ
  • ৫৭) হকী যাদুকৰ  :- ধ্যান চান্দ
  • ৫৮) সুগন্ধি পখিলাৰ কবি  :- হীৰেণ ভট্টাচাৰ্য 
  • ৫৯) ধিং এক্সপ্ৰেছ  :- সীমা দাস
  • ৬০) ফ্লাইং শিখ  :- মিলখা সিংহ

Post a Comment

Previous Post Next Post