অসমীয়া সাহিত্য কুইজ / Assamese Literature Quiz /


আমি আজিৰ এই Assamese Literature Quiz পোষ্টটিত পুনৰ আপোনালোকৰ বাবে ২৫ টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ সংগ্ৰহ কৰিছোঁ। আমি ভাবোঁ এই ২০ টা প্ৰশ্নোত্তৰে আপোনাক আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। বিষয়েক কৈ এই প্ৰশ্নোত্তৰ কেইটা অসম পুলিছৰ লিখিতৰ পৰীক্ষাৰ লগতে সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰ্থীৰ বাবে বিশেষভাৱে লাভজনক। এই ক্ষেত্ৰত আমি আপোনালোকক আপোনালোকৰ নিজৰ ফলাফল বৃদ্ধি কৰিবলৈ এদিনত কমেও এবাৰ হ'লেও আমাৰ এই ৱেবছাইটলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।

Assamese Literature Quiz 


Literature GK Quiz in Assamese language 


১. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন ?

ক) শ্ৰীমন্ত শংকৰদেৱ

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) ৰঘুনাথ চৌধুৰী

ঘ) ভট্টদেৱ


উত্তৰ:- ক) শ্ৰীমন্ত শংকৰদেৱ



২. শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্ৰধান পুথিখনৰ নাম কি ?

ক) সুৰভি

খ) কীৰ্ত্তন

গ) কদমকলি

ঘ) ধৰ্মপুস্তক


উত্তৰ:- খ) কীৰ্ত্তন



৩. প্ৰথম অসমীয়া গদ্য লেখক কোন ?

ক) যতীন্দ্ৰ নাথ দুৱৰা

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) পদ্মনাথ গোহাঞিবৰুৱা

ঘ) ভট্টদেৱ


উত্তৰ:- ঘ) ভট্টদেৱ



৪. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ?

ক) লক্ষ্মীনাথ বেজবৰুৱা

খ) পদ্মনাথ গোহাঞিবৰুৱা

গ) যতীন্দ্ৰ নাথ দুৱৰা

ঘ) হেমচন্দ্ৰ বৰুৱা


উত্তৰ:- গ) যতীন্দ্ৰ নাথ দুৱৰা



৫. অসমীয়া চুটিগল্পৰ জনক কোন ?

ক) লক্ষ্মীনাথ বেজবৰুৱা

খ) পদ্মনাথ গোহাঞিবৰুৱা

গ) যতীন্দ্ৰ নাথ দুৱৰা

ঘ) হেমচন্দ্ৰ বৰুৱা


উত্তৰ:- ক) লক্ষ্মীনাথ বেজবৰুৱা



৬. প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি ?

ক) বনকুঁৱৰী

খ) ককাদেউতা আৰু নাতি ল'ৰা

গ) সুৰভি

ঘ) বিলাতৰ চিঠি


উত্তৰ:- গ) সুৰভি



৭. অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন ?

ক) পদ্মনাথ গোহাঞিবৰুৱা

খ) ৰবিন্সন

গ) যতীন্দ্ৰ নাথ দুৱৰা

ঘ) হেমচন্দ্ৰ বৰুৱা


উত্তৰ:- খ) ৰবিন্সন 



৮. অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?

ক) ৰবীন্দ্ৰনাথ ঠাকুৰ

খ) ৰবিন্সন

গ) হেমচন্দ্ৰ বৰুৱা

ঘ) ব্ৰনচন 


উত্তৰ:- ঘ) ব্ৰনচন 



৯. অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন ?

ক) হেমচন্দ্ৰ গোস্বামী 

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) পদ্মনাথ গোহাঞিবৰুৱা 

ঘ) অম্বিকাগিৰি ৰায় চৌধুৰী 


উত্তৰ:- গ) পদ্মনাথ গোহাঞিবৰুৱা



১০. অসম সাহিত্যসভাৰ প্ৰথম অধিবেশন কোন ঠাইত হৈছিল?

ক) তিনিচুকীয়া 

খ) শিৱসাগৰ

গ) নগাওঁ

ঘ) ডিব্ৰুগড় 


উত্তৰ:- খ) শিৱসাগৰ



১১. অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিওঁতা প্ৰথম ব্যক্তিজন কোন আছিল ?

ক) হেমচন্দ্ৰ গোস্বামী 

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) পদ্মনাথ গোহাঞিবৰুৱা

ঘ) হেমচন্দ্ৰ বৰুৱা


উত্তৰ:- ঘ) হেমচন্দ্ৰ বৰুৱা



১২. প্ৰথম অসমীয়া নাটকখনৰ নাম কি? 

ক) চিহ্নযাত্ৰা

খ) সাগৰলৈ বহুত দূৰ

গ) লহৰী

ঘ) ঢৌ


উত্তৰ:- ক) চিহ্নযাত্ৰা



১৩. প্ৰথম অসমীয়া কথাকবিতাৰ ৰচিয়তাজনৰ নাম কি?

ক) হেমচন্দ্ৰ গোস্বামী 

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) যতীন্দ্ৰ নাথ দুৱৰা 

ঘ) নৱকান্ত বৰুৱা


উত্তৰ:- গ) যতীন্দ্ৰ নাথ দুৱৰা 



১৪. অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয় ?

ক) পদ্মনাথ গোহাঞিবৰুৱা

খ) ভট্টদেৱ

গ) চন্দ্ৰকুমাৰ আগৰৱালা

ঘ) জ্ঞানদাভিৰাম বৰুৱা


উত্তৰ:- খ) ভট্টদেৱ



১৫. অসমৰ প্ৰথম চনেট কবি কোন ?

ক) পদ্মনাথ গোহাঞিবৰুৱা

খ) ভট্টদেৱ

গ) চন্দ্ৰকুমাৰ আগৰৱালা

ঘ) হেমচন্দ্ৰ গোস্বামী


উত্তৰ:- ঘ) হেমচন্দ্ৰ গোস্বামী


লগতে পঢ়ক:- Science GK 


১৬. অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?

ক) হেমচন্দ্ৰ গোস্বামী

খ) পদ্মনাথ গোহাঞিবৰুৱা

গ) ৰজনীকান্ত বৰদলৈ

ঘ) চন্দ্ৰকুমাৰ আগৰৱালা


উত্তৰ:- গ) ৰজনীকান্ত বৰদলৈ




১৭. “ভানুমতী” উপন্যাসখনৰ ঔপন্যাসিকগৰাকী কোন ?

ক) পদ্মনাথ গোহাঞিবৰুৱা

খ) ৰজনীকান্ত বৰদলৈ

গ) চন্দ্ৰকুমাৰ আগৰৱালা

ঘ) ৰঘুনাথ চৌধুৰী 


উত্তৰ:- ক) পদ্মনাথ গোহাঞিবৰুৱা



১৮. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিলে ?

ক) পদ্মনাথ গোহাঞিবৰুৱা

খ) হেমচন্দ্ৰ গোস্বামী

গ) শৰৎ চন্দ্ৰ গোস্বামী

ঘ) নৱকান্ত বৰুৱা


উত্তৰ:- গ) শৰৎ চন্দ্ৰ গোস্বামী



১৯. প্ৰথম অসমীয়া চনেট কবি কোন ?

ক) নৱকান্ত বৰুৱা

খ) হেমচন্দ্ৰ গোস্বামী

গ) চন্দ্ৰকুমাৰ আগৰৱালা

ঘ) ৰজনীকান্ত বৰদলৈ


উত্তৰ:- খ) হেমচন্দ্ৰ গোস্বামী



২০. ‘চিৰাজ” নাটকখনৰ নাট্যকাৰজন কোন ?

ক) ফণী শৰ্মা

খ) জাহ্নু বৰুৱা

গ) ভূপেন হাজৰিকা

ঘ) অতুল পাচনী


উত্তৰ:- ক) ফণী শৰ্মা



২১. জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল ?

ক) লক্ষ্মীনাথ বেজবৰুৱা

খ) চন্দ্ৰকুমাৰ আগৰৱালা

গ) নৱকান্ত বৰুৱা

ঘ) পদ্মনাথ গোহাঞিবৰুৱা


উত্তৰ:- খ) চন্দ্ৰকুমাৰ আগৰৱালা



২২. স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?

ক) ৰাধানাথ ফুকন

খ) আনন্দৰাম ঢেকীয়াল ফুকন

গ) আনন্দৰাম বৰুৱা

ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা


উত্তৰ:- ক) ৰাধানাথ ফুকন



২৩. 'অসম কেশৰী' উপাধিৰে সন্মানিত হোৱা অসমৰ কবি সাহিত্যিক জনৰ নাম কি ?

ক) চন্দ্ৰকুমাৰ আগৰৱালা

খ) নৱকান্ত বৰুৱা

গ) পদ্মনাথ গোহাঞিবৰুৱা

ঘ) অম্বিকাগিৰী ৰায়চৌধুৰী


উত্তৰ:- ঘ) অম্বিকাগিৰী ৰায়চৌধুৰী



২৪. অসম সাহিত্য সভাৰ উদ্ধোধনী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ ৰচনা কোনে কৰিছিল ?

ক) বিষ্ণুপ্ৰসাদ ৰাভা

খ) ভুপেন হাজৰিকা

গ)  মিত্ৰদেৱ মহন্ত

ঘ) ৰবীন্দ্ৰনাথ ঠাকুৰ


উত্তৰ:- গ)  মিত্ৰদেৱ মহন্ত



২৫. প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি ?

ক) সুৰভি

খ) মৌচাক

গ) সঁফুৰা

ঘ) ল'ৰাবন্ধু


উত্তৰ:- ঘ) ল'ৰাবন্ধু


লগতে পঢ়ক :- অসমৰ সাধাৰণ জ্ঞান ২০২১ (খণ্ড-১)



 

Post a Comment

Previous Post Next Post