Assam General Knowledge 2022 / Assam GK 2022 / অসমৰ সাধাৰণ জ্ঞান ২০২২ 


নমস্কাৰ বন্ধু-বান্ধৱীসকল🙏

       আজিৰ আমাৰ Assamese General Knowledge ৰ এই পোষ্টিত মুঠ ৩০ টা প্ৰশ্নোত্তৰ সকলো প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী  সকলৰ সুবিধাৰ্থে আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ তলৰ প্ৰশ্নোত্তৰ কেইটা আপোনালোকৰ সহায়ক হ'ব।

Assamese General Knowledge


Assamese GK Quiz - অসমীয়া সাধাৰণ জ্ঞানৰ কুইজ

১. অসমৰ পৰা কিমান জন সদস্যক ৰাজ্য সভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়?

ক) ১২ জন
খ) ১৫ জন
গ) ৭ জন
ঘ) ৬ জন


উত্তৰ:- গ)৭ জন



২. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

ক) যতীন্দ্ৰ নাথ দুৱৰা
খ) ড° ফকৰুদ্দিন আলী আহমেদ
গ) মহানন্দ দাস
ঘ) নিপ বৰুৱা


উত্তৰ:- C) ড° ফকৰুদ্দিন আলী আহমেদ



৩. অসমৰ কোন খন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত?

ক) গুৱাহাটী
খ) ধুবুৰী
গ) তেজপুৰ
ঘ) বোকাজান


উত্তৰ:- ঘ) বোকাজান



৪. অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

ক) ১৯০৩ চন
খ) ১৯০৯ চন
গ) ১৯০৫ চন
ঘ) ১৯১২ চন


উত্তৰ:- ক) ১৯০৩ চন


৫. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান?

ক) ৭৩.৭৬
খ) ৭৩.৪২
গ) ৭২.৫০
ঘ) ৭৩.১৮


উত্তৰ:- ঘ) ৭৩.১৮



৬. এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ নাম কি?

ক) ভোগেশ্বৰ বৰুৱা
খ) আনন্দৰাম বৰুৱা
গ) পাৰ্বতী কুমাৰ গোস্বামী
ঘ) অচ্যুত শইকীয়া


উত্তৰ:- ক) ভোগেশ্বৰ বৰুৱা



৭. অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে?

ক) ২.৩৯ শতাংশ
খ) ৩.৩৯ শতাংশ
গ) ২.২৯ শতাংশ
ঘ) ২.১৯ শতাংশ


উত্তৰ:- ক) ২.৩৯ শতাংশ



৮. কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল?

ক) ১৯৬১ চন
খ) ১৯৬৪ চন
গ) ১৯৭১ চন
ঘ) ১৯৫৯ চন


উত্তৰ:- ক) ১৯৬১ চন



৯. অসমৰ ভিতৰত ডাঙৰ জিলা খনৰ নাম কি?

ক) কাৰ্বি আংলং
খ) যোৰহাট
গ) গুৱাহাটী
ঘ) তেজপুৰ


উত্তৰ:- ক) কাৰ্বি আংলং



১০. অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?

ক) গুৱাহাটী
খ) গোৱালপাৰা
গ) তেজপুৰ
ঘ) গোলাঘাট


উত্তৰ:- ক) গুৱাহাটী



১১. অসমত দিয়া চলাইৰ কাৰখানা ক’ত অৱস্থিত?

ক) তেজপুৰ
খ) ধুবুৰী
গ) গুৱাহাটী
ঘ) যোৰহাট


উত্তৰ:- খ) ধুবুৰী



১২. প্ৰথম অসমীয়া চলচিত্ৰ নিৰ্মাতা জনৰ নাম কি?

ক) জ্যোতিপ্ৰসাদ আগৰৱালা
খ) মহানন্দ দাস
গ) অম্বিকাগিৰি ৰায়চৌধুৰী
ঘ) নিপ বৰুৱা


উত্তৰ:- ক) জ্যোতিপ্ৰসাদ আগৰৱালা



১৩. অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

ক) ১৮৫১ চন
খ) ১৮৪৭ চন
গ) ১৮৬৩ চন
ঘ) ১৮৩৭ চন


উত্তৰ:- খ) ১৮৪৭ চন



১৪. প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদই’ প্ৰথম বাৰ কোন চনত প্ৰকাশ পাইছিল?

ক) ১৮৪৬ চন
খ) ১৮২৩ চন
গ) ১৮২৬ চন
ঘ) ১৮২১ চন


উত্তৰ:- ক) ১৮৪৬ চন



১৫. কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ?

ক) কাৰ্বি আংলং
খ) গোৱালপাৰা
গ) হাফলং
ঘ) ডিগবৈ


উত্তৰ:- গ) হাফলং



১৬. শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল?

ক) ১৬৭১ চন
খ) ১৬৭৫ চন
গ) ১৬৬৩ চন
ঘ) ১৬৮২ চন


উত্তৰ:- ক) ১৬৭১ চন



Part Time হিচাপে কাম কৰিও স্বাৱলম্বী হ'ব পৰা এটা পথ


১৭. হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?

ক) বীৰপাল
খ) চন্দ্ৰকান্ত সিংহ
গ) ৰত্নধ্বজ সিংহ
ঘ) কুমাৰ ভাস্কৰ বৰ্মন


উত্তৰ:- ঘ) কুমাৰ ভাস্কৰ বৰ্মন



১৮. অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?

ক) ডিগবৈ
খ) গোৱালপাৰা
গ) গুৱাহাটী
ঘ) ডেৰগাঁও


উত্তৰ:- ঘ) ডেৰগাঁও



১৯. অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

ক) ১৯২৩ চনত
খ) ১৯২০ চনত
গ) ১৯৪১ চনত
ঘ) ১৯৩৭ চনত


উত্তৰ:- খ) ১৯২০ চনত



২০. অসমত ৬০০ বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ নাম কি?

ক) তেজপুৰ
খ) গুৱাহাটী
গ) শিৱসাগৰ
ঘ) গোলাঘাট


উত্তৰ:- গ) শিৱসাগৰ


২১. সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?


ক) ২০০০ চন
খ) ২০০৪ চন
গ) ১৯৯৫ চন
ঘ) ২০০৮ চন


উত্তৰ:- ক) ২০০০ চন



২২. অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?


ক) ১৬৯৪ চন
খ) ১৭৭১ চন
গ) ১৬৬৫ চন
ঘ) ১৭৬৪ চন


উত্তৰ:- ক) ১৬৯৪ চন



২৩. অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?


 ক) ১৯১৭ চন

 খ) ১৯১৪ চন

 গ) ১৯২৫ চন

 ঘ) ১৯২২ চন


উত্তৰ:- ক) ১৯১৭ চন



২৪. ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কাৰ হৈছিল?


 ক) তেজপুৰ

 খ) ডিগবৈ

 গ) দুলিয়াজান

 ঘ) ডিব্রুগড়


উত্তৰ:- খ) ডিগবৈ



২৫. অসমৰ মুঠ জিলা কেইখন ?


 ক) ৩০

 খ) ৩৩

 গ) ৩৪

 ঘ) ৩৫


উত্তৰ:- গ) ৩৪



২৬. কিমান চনত ‘অসম চুক্তি’স্বাক্ষৰিত হৈছিল ?


 ক) ১৯৮২ চন

 খ) ১৯৮৬ চন

 গ) ১৯৮৮ চন

 ঘ) ১৯৮৫ চন


উত্তৰ:- ঘ) ১৯৮৫ চন



২৭. ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি আছিল?


 ক) এৰা বাটৰ সুৰ

 খ) ৰূপহী

 গ) সতী বেউলা

 ঘ) কেঁচা সোণ


উত্তৰ:- ক) এৰা বাটৰ সুৰ



২৮. অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোনখন জিলাত অবস্থিত?


 ক) গোলাঘাট জিলা

 খ) লক্ষীমপুৰ জিলা

 গ) শিৱসাগৰ জিলা

 ঘ) যোৰহাট জিলা


উত্তৰ:- ঘ) যোৰহাট জিলা



২৯. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?


 ক) ১৯৮২ চন

 খ) ১৯৮৫ চন

 গ) ১৯৮৯ চন

 ঘ) ১৯৮৭ চন


উত্তৰ:- খ) ১৯৮৫ চন



৩০. উত্তৰ-পূৰ্বাঞ্চলৰ চাহ গৱেষণা কেন্দ্ৰটো কোন ঠাইত অবস্থিত ?


 ক) গোলাঘাট

 খ) তিনিচুকীয়া

 গ) চাবুৱা

 ঘ) যোৰহাটৰ টোকলাইত


উত্তৰ:- ঘ) যোৰহাটৰ টোকলাইত


অসমৰ সাধাৰণ জ্ঞান ২০২১ ৰ খণ্ড-২ 



To Join Our WhatsApp Group - Click Here


লগতে পঢ়ক:- ৫০ টা মহৎ লোকৰ বাণী


এজন প্ৰতিভাশালী এথলেটৰ খাদ্য


Meesho ৰ পৰা ১০-২৫ হাজাৰ টকা প্ৰতিমাহে

Post a Comment

Previous Post Next Post