Meesho পৰা কি দৰে টকা ইনকম কৰে  How to use Meesho app in Assamese




   Meesho App হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ    Reselling Business App য'ত নেকি ভাৰতবৰ্ষৰ ডাঙৰ-ডাঙৰ Wholesale Company ৰ বহুত Products List হৈ থাকে। অৰ্থাৎ ই হৈছে ভাৰতৰ এক  সকলোতকৈ ডাঙৰ অনলাইন ব্যৱসায়ৰ App। ইয়াত আমি দৈনন্দিন জীৱনত বিবহাৰ্য্য সামগ্ৰী সমূহ যেনে-বিভিন্ন ধৰণৰ  কাপোৰ-কানি, বিছনা চাদৰ, জোতা-চেণ্ডেল, চশ্চমা, বেগ, Electronic সামগ্ৰী আৰু যিবোৰ Amazon, Flipkart তো উপলব্ধ হৈ থাকে সেই সামগ্ৰী সমূহৰো উচিত মূল্যত পোৱা যায়।  ইয়াত আপুনি উচিত মূল্যত তথা কম দামত সকলো Products পোৱা লগতে সেই Products সমূহ Reselling কৰি  অতি সহজে প্ৰতিমানে ১০,০০০ ৰপৰা ২৫,০০০ হাজাৰ টকা ঘৰত বহিয়ে Income কৰিব পাৰে। 

      Meesho ত Joined হ'বলৈ আমি কোনো ধৰণৰ টকা-পইছা Invest কৰিব নালাগে। এই ব্যৱসায় (Business) আমি সকলোৱেই 0 অৰ্থাৎ শূন্যৰ পৰাই আৰম্ভ কৰিব পাৰোঁ। মাথোঁ আমাক লাগিব এটা ইণ্টাৰনেটৰ সংযোগ সহ মোবাইল ফোন,এটা Email আইডি, আমাৰ ঠিকনা সহ বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠা, বেংক একাউন্ট নম্বৰ, IFSC Code, লগতে আপোনাৰ পাছবুকত থকা Bank  Holder Name Submit কৰিব লাগিব, কাৰণ আপুনি যি সামগ্ৰী বিক্ৰী কৰি লাভ উপাৰ্জন কৰিব সেই লাভ Meesho ই আপোনাৰ বেংক একাউন্টলৈ প্ৰেৰণ কৰিব। 


Meesho App ৰ সকলো Products সমূহ  আমি Facebook একাউণ্ট, Facebook Marketplace, Twitter, Instagram, WhatsApp ৰ যোগেদি আমি Advertise কৰি উচিত মূল্যৰ বিনিময়ত বিক্ৰী কৰিব পাৰোঁ। 


Meesho App Download


Download কৰা পিছত আপুনি তলৰ Step কেইটা Follow কৰক!




Step-1 Meesho App ত যিকোনো এটা Product ফটোত দেখা দৰে বাচনি কৰক। যিটো Product আপুনি বাছনি কৰিব সেইটো আপুনি আপোনাৰ বন্ধু-বান্ধৱী নাইবা পৰিয়ালৰ যিকোনো ব্যক্তিক প্ৰয়োজন হ'লে বিক্ৰী কৰিব পাৰিব।


Blogging কৰি কি দৰে টকা ইনকম কৰে?


Step-2 সেই Product টোত Click কৰাত  তাৰ সম্পূৰ্ণ Details পোৱা পিছত আপোনাক Margin বুটামত Click কৰিব লাগিব। 




Step-3 যেনেকৈ উদাহৰণ হিচাপে ইয়াত 218 টকাৰ T-Shirt টোত 132 টকা লাভ লগাই 350 টকাত বিক্ৰী কৰিব পাৰিব। 




Step-4 যদিহে এই T-Shirt টো তেখেতে কিনিব বিচাৰে, তেনেহ'লে আপুনি তেখেতৰ সম্পূৰ্ণ ঠিকনাটো লৈ Home Delivery কৰি দিব পাৰিব। 

এনেদৰেই Meesho App ৰ সহায়ত ঘৰতেই বহি শূন্য তথা 0 Invest ত Online Reselling ব্যৱসায় (Business) কৰি  সুন্দৰ উপাৰ্জন কৰিব পাৰি।


Meesho ত Joined হবলৈ CLICK (ক্লিক) কৰক



লগতে পঢ়ক:- এজন প্ৰতিভাশালী এথলেটৰ খাদ্য


Google ৰ তিনিটা Part-Time Job Online 


YouTube ৰ পৰা টকা কি দৰে ইনকম কৰিব?


৫০ টা মহৎ লোকৰ বাণী


Post a Comment

Previous Post Next Post