অসমীয়া কুইজ ২০২১ / অসমীয়া কুইজ 2021 / Assamese GK 2021 / Assamese Quiz 2021 / অসমীয়া বুৰজ্ঞী কুইজ ২০২১


নমস্কাৰ। আপোনালোকক Assam Academy site ৰ লৈ স্বাৰ্গতম জনাইছোঁ।   আজিৰ এই Article ত অসমীয়া সাহিত্য কুইজ ৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। যদি এই প্ৰশ্নোত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক হ'ব বুলি ভাৱে, তেনেহ'লে তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। প্ৰতিটো প্ৰশ্নৰ শুদ্ধ উত্তৰসমূহ একদম শেষফালে দিয়া হৈছে। 


অসমীয়া ভূগোল কুইজ / অসমীয়া বুৰজ্ঞী কুইজ / অসমীয়া সাধাৰণ জ্ঞান কুইজ


১. জাপানৰ মুদ্ৰাক কি বুলি কোৱা হয়?

ক) লিৰা

খ) ডিনাৰ

গ) ৰুপি

ঘ) ইয়েন 


২. বগা হাতীৰ দেশ বুলি কোনখন দেশক কোৱা হয়?

ক) থাইলেণ্ড

খ) উত্তৰ কোৰিয়া

গ) ফিনলেণ্ড

ঘ) নৰওৱে


৩. ভাস্কো-দা-গামা আৱিস্কাৰক আছিল___

ক) নিউজিলেণ্ড

খ) উত্তৰ মেৰু

গ) আমেৰিকা

ঘ) ভাৰতৰলৈ সামুদ্ৰিক পথ


৪. পৃথিৱীৰ ভিতৰত দীৰ্ঘতম নদীখন নাম কি?

ক) আমাজান

খ) হোৱাংহো

গ) মিচিচিপি-মিশোৰি

ঘ) নীল


৫. পলাচী যুদ্ধ কেতিয়া হৈছিল?

ক) ১৭৫৭ চনত

খ) ১৮৫৭ চনত

গ) ১৬৫৭ চনত

ঘ) ১৫৫৭ চনত


৬. কোন চনত প্ৰথমটো পাৰমাণবিক বোমা বিস্ফোৰণ হৈছিল?

ক) ১৯৪৫ চনত

খ) ১৯৫১ চনত 

গ) ১৯৫২ চনত

ঘ) ১৯৫৭ চনত


৭. চীন ভাৰতৰ যু্দ্ধ কেতিয়া হৈছিল?

ক) ১৯৫৮ চনত

খ) ১৯৬০ চনত

গ) ১৯৬২ চনত 

ঘ) ১৯৬৫ চনত


৮. ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল?

ক) ১৯৩৮ চনত

খ) ১৯৪০ চনত

গ) ১৯৪১ চনত

ঘ) ১৯৪২ চনত


৯. ভাৰতে কেতিয়া সাৰ্বভৌম গণতন্ত্ৰ লাভ কৰে?

ক) ২৬ জানুৱাৰী ১৯৫০

খ) ২৬ জানুৱাৰী ১৯৪৮

গ) ২৬ জানুৱাৰী১৯৪৯

ঘ) ২৬ জানুৱাৰী ১৯৫২


১০. হলধিঘাটৰ যুদ্ধ কেতিয়া হৈছিল?

ক) ১৯৪২ চনত

খ) ১৫৬৭ চনত

গ) ১১০১ চনত

ঘ) ১২০১ চনত 


১১. ইষ্ট ইণ্ডিয়া কোপানী কোন চনত স্হাপিত হৈছিল?

ক) ১৫০০ AD

খ) ১৬০০ AD 

গ) ১৬০৫ ‍Ad

ঘ) ১৬১০ AD


১২. কোন চনত যিশু খ্ৰীষ্টই জন্ম গ্ৰহণ কৰিছিল?

ক) ২ AD

খ) ৩ AD

গ) ৪ AD

ঘ) ৫ AD


১৩. USA ৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?

ক) উইলিয়াম জৰ্জ

খ) জেমস্ ইগাৰফাইন্ড

গ) আব্ৰাহাম লিংকন

ঘ) জৰ্জ ওৱাশিংটন


১৪. গৌতম বুদ্ধ কোন চনত জন্ম গ্ৰহণ কৰিছিল?

ক) ৫৯৭ BC

খ) ৫৯৮ BC

গ) ৫৯৯ BC

ঘ) ৫৯৬ BC


১৫. ইন্দিৰা গান্ধীয়ে কোন চনত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিছিল?

ক) ১৯৬৫ চনত

খ) ১৯৬৬ চনত

গ) ১৯৬৮ চনত 

ঘ) ১৯৭০ চনত


১৬. 'জয় জোৱান জয় কিসান' এই ধ্বনিটো কোনে কৈছিল?

ক) জৱহৰলাল নেহৰু

খ) মহাত্মা গান্ধী

গ) নেতাজি সুভাষ চন্দ্ৰ বসু

ঘ) লাল বাহাদুৰ শাস্ত্রী


১৭. বংগ বিভাজন কেতিয়া হৈছিল?

ক) ১৯০১ চনত

খ) ১৯০৫ চনত 

গ) ১৯৭৭ চনত

ঘ) ১৯০৩ চনত


১৮. আলেকজেণ্ডাৰে কেতিয়া ভাৰতৰলৈ আহিছিল?

ক) ৩৩৬ BC

খ) ৩২৬ BC

গ) ৩১৩ BC

ঘ) ৩৩০ BC


১৯. অহযোগ আন্দোলন কেতিয়া হৈছিল?

ক) ১৯৪৭ 

খ) ১৯৪২ 

গ) ১৯২০

ঘ) ১৯২৬


২০. মহাভাৰত কোনে লিখিছিল?

ক) বাল্মীকি 

খ) তুলসী দাস

গ) বিশ্বমিত্ৰ

ঘ) ব্যাসদেৱ



শুদ্ধ উত্তৰসমূহ:-  ১. ঘ)   ২. ক)   ৩. ঘ)   ৪. ঘ)   ৫. ক)   ৬. ক)   ৭. গ)   ৮. ঘ)   ৯. ক)   ১০. খ)   ১১. খ)   ১২. গ)   ১৩. ঘ)   ১৪. ক)   ১৫. খ)   ১৬. গ)   ১৭. খ)   ১৮. খ)   ১৯. গ)   ২০. ঘ) 


লগতে পঢ়ক:- সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ




Post a Comment

Previous Post Next Post