Northeast gk in Assamese language / উত্তৰ-পূৰ্বাঞ্চলৰ কুইজ

   আজিৰ এই তথ্যৰাজিত GK on Northeast in Assamese language ৰ ওপৰত ভিত্তি কৰি কেইটামান প্ৰয়োজনীয় প্ৰশ্নোত্তৰ সকলো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা প্ৰাৰ্থী সকলৰ সুবিধাৰ্থে আগবঢ়োৱা হৈছে। যদি এই প্ৰশ্নোত্তৰসমূহ আপোনাৰ কোনো বন্ধু বা বান্ধৱীৰ বাবে সহায়ক হ'ব বুলি ভাৱে, তেনেহ'লে তেওঁৰ লগত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। 


GK on Northeast in Assamese language / উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰশ্ন আৰু উত্তৰ  

Daily Assamese top gk - Click Here

১. অসমত মঞ্চৰ জন্মদাতা কোন?

উত্তৰ:- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।


২. আহোম সকল অসমৰ লৈ কেতিয়া আহিছিল?

উত্তৰ:- ১২২৮ খ্ৰীষ্টাব্দত।


৩. অসমৰ বৃহৎ জিলাখনৰ নাম কি?

উত্তৰ:- কাৰ্বি-আংলং জিলা।


৪. ভাৰতৰ আটাইতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি?

উত্তৰ:- জয়সাগৰ পুখুৰী।


৫. ভাৰতৰ বৃহৎ নদী দ্বীপটোৰ নাম কি?

উত্তৰ:- মাজুলী।


৬. উত্তৰ-পূৰ্ৱ ভাৰতৰ বৃহৎ হ্ৰদটোৰ নাম কি?

উত্তৰ:- লগটক হ্ৰদ।


৭. অসম বিধান সভাৰ সদস্য সংখ্যা কিমান?

উত্তৰ:- ১২৬ খন।


৮. বি. টি. চি (BTC) কোন চনত গঠন হৈছিল?

উত্তৰ:- ২০০৩ চনত।


৯. আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

উত্তৰ:- চুকাফা।


১০. 'পোৱা মক্কা' কোনখন পাহাৰত অৱস্হিত?

উত্তৰ:- গৰুৱাচল পাহাৰত।


১১. 'ইণ্ডিয়া পেনোৰাম' ত প্ৰদৰ্শিত প্ৰথমখন বোলছবি নাম কি?

উত্তৰ:- সন্ধ্যাৰাগ।


১২. অসমত 'বৰদলৈ ট্ৰফি' ফুটবল প্ৰতিযোগিতা কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰ:- ১৯৫২।


১৩. পুৰণি কামৰূপৰ ৰাজধানী নাম কি আছিল?

উত্তৰ:- প্ৰাগজ্যোতিষপুৰ। 


১৪. ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিৰ স্হল ক'ত?

উত্তৰ:- মানস সৰোবৰত।


১৫. ব্ৰহ্মপুত্ৰৰ কেইটা নদী দ্বীপ আছে?

উত্তৰ:- ২ টা।


১৬. কামাখ্যা মন্দিৰ কোনে নিমাৰ্ণ কৰিছিল?

উত্তৰ:- নৰনায়ণে।


১৭.  অসমৰ বুৰঞ্জী সৰ্বপ্ৰথমে কোনে সম্প্ৰদায় কৰিছিল?

উত্তৰ:- আহোমসকলে।


১৮. অসমখন কেতিয়া ইংৰাজৰ হাতৰ লৈ গৈছিল?

উত্তৰ:- ১৮২৬ চনত।


১৯. শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?

উত্তৰ:- ১৬৭১ খ্ৰীষ্টাব্দত।


২০. বাণ ৰজাৰ জীয়েকৰ নাম কি আছিল?

উত্তৰ:- ঊষা।


২১. আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল?

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহ।


২২. অসম বুৰঞ্জীত গড়গঞা ৰজা বুলি কাক কোৱা হয়?

উত্তৰ:- স্বৰ্গদেউ চুকলেংমুং।


২৩. আহোমৰ শেষ ৰজাজনৰ নাম কি আছিল?

উত্তৰ:- স্বৰ্গদেউ পুৰন্দৰ সিংহ।


২৪. ৰংঘৰ কোনে নিমাৰ্ণ কৰাইছিল?

উত্তৰ:- স্বৰ্গদেউ প্ৰমত্ত সিংহ।


২৫. মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ:- ১৭ বাৰ।


২৬. আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল?

উত্তৰ:- ৬০০ বছৰ।


২৭. 'উমানন্দ মন্দিৰ' কোনে নিমাৰ্ণ কৰাইছিল?

উত্তৰ:- স্বৰ্গদেউ গদাধৰ সিংহ।


২৮. 'জয়সাগৰ পুখুৰী' কোনে খন্দাইছিল?

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহ।


২৯. 'ভগনীয়া ৰজা' বুলি কাক কোৱা হয়?

উত্তৰ:- স্বৰ্গদেউ জয়ধ্বজ সিংহ।


৩০. কোন আহোম জীয়ৰীয়ে মোগলৰ সৈতে যুদ্ধ কৰিছিল?

উত্তৰ:- মূলাগাভৰু।


৩১. মুছলমান সকলে প্ৰথমে কেতিয়া অসম আক্ৰমণ কৰিছিল?

উত্তৰ:- ১২০৬ খ্ৰীষ্টাব্দত।


৩২. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?

উত্তৰ:- ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰি।


৩৩. অসমত বাংলা ভাষাৰ প্ৰৱৰ্ত্তন কেতিয়া হৈছিল?

উত্তৰ:- ১৮৩৭ খ্ৰীষ্টাব্দত।


৩৫. অসমৰ ৰাজধানী শ্বিলংৰ পৰা দিছপুৰলৈ কেতিয়া অনা হৈছিল?

উত্তৰ:- ১৯৭৪ চনত।


৩৬. অসম কেতিয়া বংগদেশৰ পৰা পৃথক হয়?

উত্তৰ:- ১৮৭৪ খ্ৰীষ্টাব্দৰ।


৩৭. শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা প্ৰধান পুথিখনৰ নাম কি?

উত্তৰ:- কীৰ্ত্তন ঘোষা।


৩৮. প্ৰথম অসমীয়া পি. এইচ. ডি. ডিগ্ৰীধাৰী কোন?

উত্তৰ:- ড° মৈদুল ইছলাম বৰা।


৩৯. প্ৰথম অসমীয়া ৰাষ্ট্ৰপতিজনৰ নাম কি?

উত্তৰ:- ফকৰউদ্দিন আলি আহমেদ।


৪০. 'ভাৰত কন্ঠ' খিতাপ লাভ কৰা অসমৰ প্ৰথম কন্ঠ শিল্পীজনৰ নাম কি?

উত্তৰ:- শিলচৰৰ দেৱজিৎ সাহা (২০০৬)।


৪১. উচ্চতম ন্যায়ালয় প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ গৰাকী কোন আছিল?

উত্তৰ:- প্ৰভাতি কুমাৰ গোস্বামী।


৪২. অসমৰ প্ৰথম মহিলা স্নাতক কোন?

উত্তৰ:- সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা।


৪৩. অসমৰ ক'ত হাতী দাঁতৰ শিল্প আছে?

উত্তৰ:- বৰপেটা।


৪৪. ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি?

উত্তৰ:- সতী-বেউলা।


৪৫. 'দতাল হাতীৰ উঁইয়ে খোৱা হাওদা' উপন্যাস কোনে লিখিছিল?

উত্তৰ:- মামনি ৰয়চম গোস্বামী।


৪৬. অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল?

উত্তৰ:- নলিনীবালা দেৱী।


৪৭. অসমৰ ক'ত আঞ্চলিক গৱেষণাগাৰ আছে?

উত্তৰ:- যোৰহাট।


৪৮. প্ৰথম ৰাষ্ট্ৰপতি পদক লাভ কৰা অসমীয়া বোলছবি খনৰ নাম কি?

উত্তৰ:- ৰঙা পুলিচ।


৪৯. অসমৰ কোনখন চহৰক 'দেৱদাৰু নগৰ' বুলি কোৱা হয়?

উত্তৰ:- অভয়াপুৰী।


৫০. নামেৰী কিহৰ বাবে বিখ্যাত?

উত্তৰ:- দেও হাঁহ।



লগতে পঢ়ক :- অসমীয়া সাহিত্য কুইজ 


Post a Comment

Previous Post Next Post